সীমান্তত কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটিলে অসমৰ বীৰ সন্তানে।

সীমান্তত কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটিলে অসমৰ বীৰ সন্তানে। লাডাখৰ তুৰ্কী পাহাৰত কৰ্তব্যৰত অৱস্থাত বৰফৰ পাহাৰৰ পৰা পিছলি পৰি মৃত্যুক সাৱটিলে শিৱসাগৰৰ জ...

সীমান্তত কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটিলে অসমৰ বীৰ সন্তানে।
DY365
45.6K views • Apr 20, 2026
সীমান্তত কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটিলে অসমৰ বীৰ সন্তানে।

About this video

সীমান্তত কৰ্তব্যৰত অৱস্থাত অকাল মৃত্যুক সাৱটিলে অসমৰ বীৰ সন্তানে। লাডাখৰ তুৰ্কী পাহাৰত কৰ্তব্যৰত অৱস্থাত বৰফৰ পাহাৰৰ পৰা পিছলি পৰি মৃত্যুক সাৱটিলে শিৱসাগৰৰ জৰাবাৰীৰ সন্তান ৰমেন বৰুৱাই। ৩৫ বছৰীয়া ৰমেন বৰুৱাই মৃত্যুৰ মাত্ৰ কিছু সময়ৰ পূৰ্বে বৰফৰ মাজত তেওঁ নিজ হাতেৰে নিৰ্মাণ কৰিছিল এটা শিৱলিংগ। নিৰ্মাণ কৰা শিৱলিংগত পূজা কৰি ঢালিছিল গাখীৰ। সেই দৃশ্য দেখি অধিক শোকাকুল হৈ পৰিছিল পৰিয়াল তথা আত্মীয়-স্বজন।_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.

FEARLESS, UNBIASED, TRUSTWORTHY

NEWS BEGINS HERE



Subscribe to our channel for the latest news updates: https://bit.ly/2lWxmV7

Connect on Social Media:

Follow Us on Twitter: https://twitter.com/dy365
Like Us on Facebook: https://www.facebook.com/dy365
Follow Us on Instagram: https://www.instagram.com/dy365.in/
Our Website: http://dy365.in

Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : https://bit.ly/2m1WASh

Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : https://bit.ly/3ww2xFx

Tags and Topics

Browse our collection to discover more content in these categories.

Video Information

Views

45.6K

Likes

997

Duration

0:40

Published

Apr 20, 2026

User Reviews

4.7
(9)
Rate:

Related Trending Topics

LIVE TRENDS

Related trending topics. Click any trend to explore more videos.