বিহু কুইজ প্ৰতিযোগিতা/ Bihu Quiz / বিহু বিষয়ে কুইজ / bohag bihu bikhoye/Bihu compitition Quiz

Hi I am Bipin Tamuli. Welcome to our YouTube channel Bipin Tamuli My name is Bipin tamuli from and Assamese YouTube channel name Bipin tamuli this is ...

বিহু কুইজ প্ৰতিযোগিতা/ Bihu Quiz / বিহু বিষয়ে কুইজ / bohag bihu bikhoye/Bihu compitition Quiz
Hridayar Anubhuti
237.9K views • Apr 18, 2023
বিহু কুইজ প্ৰতিযোগিতা/ Bihu Quiz / বিহু বিষয়ে কুইজ / bohag bihu bikhoye/Bihu compitition Quiz

About this video

Hi
I am Bipin Tamuli. Welcome to our YouTube channel Bipin Tamuli
My name is Bipin tamuli from and Assamese YouTube channel name Bipin tamuli this is my 1st channel where I make every kind of video. Please Subscribe my channel. 🙏 Thankyou.
About this video:
only for General knowledge and education

🔘 Assamese puzzle ৰ সকলো ভিডিঅ' ( সাথৰ)👇👇👇👇
https://youtube.com/playlist?list=PL9AZoT6MG26R0lgwFWA1pTKnQBU9VHlaq
🔘 সাধাৰণ জ্ঞানৰ সকলো ভিডিঅ' :👇👇👇
https://youtube.com/playlist?list=PL9AZoT6MG26RO2zmDBhnJyGaRuL3Sd8Gw
🔘 Hindi GK question answer 👇👇
https://youtube.com/playlist?list=PLDqAZOaJuB2Xgz1PPs-N11p5zUWTw8PLp
___________________
My Facebook page
https://fb.me/BpTamuli

My email :
https://btamulidmj@gmail.com

My Instagram
https://instagram.com/tamuli.bipin

My blogger
https://btamuli.blogspot.com

⚠️Notice : all Information are taken from various sources on Internet. Some images/videos shown in the video
Belongs to the respected owners and not me. Thanks for No Copyright and Cc License images/videos.
Disclaimer: This channel does not promote or encourage any illegal activities, all contents provided by this channel is meant for educational purpose only.
I declare that all slideshow belongs to me. Photos al are taken from Google Image search and using the advanced image search options. All images were fairly used during the making of this video for educational purposes. We do not mean to victimize anybody emotionally. Thanks to Google for providing this beautiful and related pictures.
_________________________
Tags:
#bihu #bihukuiz #bihu_video
#bipintamuli #generalknowledge #gkquestion #Assamesequestion #Assamesevideo #অসমকুইজ #অসমবুৰঞ্জী #বিশ্বকুইজ #geography #ইতিহাসবুৰঞ্জী #worldquizzes #ভূগোল #assamesepuzzul #অসমীয়াসাথৰ #assamesenews #entertainment #newslive #assameseviralvideo #1ontrending #entertainment
____________________________

Your search 🔎
🔘 বহাগ বিহু 🔘 সৰু ছোৱালী বিহু নাচ 🔘বিহু নাচ 🔘বিহু বিষয়ে কুইজ 🔘 মাঘ বিহু গান ২০২৩ 🔘মাঘ বিহু গান মাঘ🔘 বিহু কুইজ 🔘 কাতি বিহু কুইজ🔘 বিহু গান ভিডিও🔘 বহাগ বিহু ভিডিও 🔘বহাগ বিহু status🔘 বহাগ বিহু কেইটা আৰু কি কি ১) বিহুক অসমৰ জাতীয় উৎসৱৰ মৰ্যাদা কোনজন ৰজাই দিছিল?২) মানুহ বিহু দিনা নামনি অসমত অন্য কি নামেৰে জনা যায় ?৩) কি শব্দৰ অনুকৰণত ঢোল সৃষ্টি কৰা হৈছিল?৪) ঢোল বনোৱা মানুহজনক কি বুলি কোৱা হয়?৫) ঢোলৰ মাৰিডালক কি নামেৰে জনা যায়?৬/ ঢোলৰ মাৰি ডালত হাতেৰে ধৰা অংশটোৰ নাম কি ?৭) ঢোলৰ মাহিতাৰে বজোৱা ঢোলৰ অংশটোৰ নাম কি?৮) বাওঁ হাতেৰে বজোৱা ঢোলৰ অংশটোৰ নাম কি?৯) ঢোলৰ খোলাটোৰ ওপৰত টানি থোৱা ৰছীবোৰৰ নাম কি?১০) ঢোলটো কান্ধত ওলমাই ল'বলৈ ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি?১১) বড়ো ভাষাত বাঁহীটোক কি বুলি কোৱা হয়?১২) বিহুত বজোৱা টকাটো প্ৰথমে কোন সম্প্রদায়ে ব্যৱহাৰ কৰিছিল?১৩) গগনা কেইপ্ৰকাৰৰ আৰু কি কি ?১৪) সুতুলি কেই প্ৰকাৰৰ আৰু কি কি?১৫) মিছিং সকলে গগনাক কি বুলি কয়?১৬) বিহুৱা ডেকাসকলে বিহু মাৰোতে পৰিধান কৰা চোলাটোৰ নাম কি?১৭) ঢোলক অসমীয়া লোকে কি বাদ্য বুলি গণ্য কৰে ?১৮/ ঢুলীয়াই বজোৱা গগনা বিধৰ নাম কি?১৯) বিহুত ব্যৱহাৰ হোৱা জাপিটো কোন দেশত জন্ম হৈছিল?২০) ঢোলৰ বৰতি কেইডাল ?২১) বিহু সংযোজিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি?২২) অসমৰ কোনখন বোলছবিত প্রথমে বিহুক অন্তৰ্ভূক্ত কৰিছিল ?২৩) মুকলি বিহুৰ প্ৰথম বাদ্য কি?2৪) সাত বিহু কেইটাৰ নাম কি কি?2৫. টকা কেই প্ৰকাৰৰ আৰু কি কি?২৬) মহৰ শিঙৰ পেঁপা কেই প্ৰকাৰৰ আৰু কি কি?২৭) পেঁপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম কি?২৮) নাচনী সকলে খোপাত লোৱা কপৌফুল পাহৰ নাম কি?২৯) ব'হাগ বিহুত বিহুৱতীয়ে ওঁঠত ব্যৱহাৰ কৰা ৰং বিধ কি --?৩০/ নাচনী য়ে বন্ধা খোপা দূবিধৰ নাম কি?৩১) সুতুলিত কেইটা বিন্ধা থাকে ?৩২) নাচনীসকলে পিন্ধা গাম খাৰুক অন্য কি নামেৰে জনা যায় ?৩৩/ অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য বিধৰ নাম কি?৩৪/ ৰঙালী বিহুৰ প্ৰথম দিনটোক কি বিহু বুলি জনা যায়?৩৫/ ৰঙালী বিহুৰ শেষৰ দিনটোক কি বিহু বুলি কোৱা হয়?৩৬/ বিহুৰ পতাকা উত্তোলনৰ সময়ত গোৱা গীত কোনটো?৩৭/ হুচৰি দলৰ গুৰি ধৰোতা জনক কি বুলি কোৱা হয় ?৩৮) বিহু সন্মিলনত উত্তোলন কৰা বিহু পতাকাখনৰ আৰ্হি কোনে প্ৰস্তুত কৰে ?৩৯/ বিহুত বজোৱা বাঁহৰ টকাটো প্ৰথমে কোন সম্প্ৰদায়ৰ লোকে বনাইছিল ?৪০/ গাভৰুসকলে বজোৱা গগনা বিধৰ নাম কি ?৪১) গোৱালপাৰাৰ হাজংসকলে ব'হাগ বিহুক কি বুলি কয় ?৪২) চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতত বজোৱা ঢোলটোৰ নাম কি ?৪৩) বড়ো-কছাৰী লোকসকলে কোনটো উৎসৱ সাত দিনৰ বাবে উদযাপন কৰে?৪৪) পানীৰ ভাগত বনোৱা পিঠাবিধৰ নাম কি ?

Tags and Topics

Browse our collection to discover more content in these categories.

Video Information

Views

237.9K

Likes

4.6K

Duration

10:05

Published

Apr 18, 2023

User Reviews

4.7
(47)
Rate:

Related Trending Topics

LIVE TRENDS

Related trending topics. Click any trend to explore more videos.

Trending Now